অৱয়ব
পাৰ্শ্বদণ্ডলৈ যাওক
লুকুৱাওক
| জুন | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | |
| ৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
| ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
| ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
| ২৮ | ২৯ | ৩০ | ||||
| ২০২৬ | ||||||
৩০ জুন (ইংৰাজী: 30 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮১তম (অধিবৰ্ষত ১৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৪টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮৫৫ - বৃটিছ বিৰোধী চাঁওতাল বিদ্ৰোহ আৰম্ভ হৈছিল।
- ১৯৩৭ - বিশ্বৰ প্ৰথম জৰুৰীকালীন টেলিফোন নম্বৰ '৯৯৯' লণ্ডনত আৰম্ভ হৈছিল।
জন্ম
[সম্পাদনা কৰক]- ১৯২২ - অমূল্য বৰুৱা, অসমীয়া কবি।
- ১৯৩০ - চি এন আৰ ৰাও, ভাৰতীয় ৰসায়নবিজ্ঞানী।
- ১৯৪৩ - আহমদ ছফা, বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ।
- ১৯৬৬ - মাইক টাইছন, আমেৰিকান বক্সিং খেলুৱৈ।
- ১৯৬৯ - সনথ জয়সূৰ্য, শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ।
- ১৯৮৫ - মাইকেল ফেল্পচ, মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত ২৩টা স্বৰ্ণ পদক বিজয়ী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯১৭ - দাদাভাই নৌৰজী, বৃটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য। (জঃ ০৬/০৯/১৮২৫)
- ১৯৭১ - ভ্লাডিস্লাভ ভ'ল্ক'ভ, ৰুচ দেশৰ মহাকাশচাৰী।
- ১৯৯৯ -কেপ্টেইন জিণ্টু গগৈ, কাৰ্গিল যুদ্ধত শ্বহীদ হয়।
দিৱস
[সম্পাদনা কৰক]- শিক্ষক দিৱস (ডমিনিকান গণতন্ত্ৰ)।
- বিশ্ব সামাজিক মাধ্যম দিৱস।
- সশস্ত্ৰ বাহিনী দিৱস (গুৱাটেমালা)।
- নৌ সেনা দিৱস (ইজৰাইল)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ২৬ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||