◐ Shell
reader mode source ↗
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩১৪১৫১৬
১৭১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১  

৫ মে' (ইংৰাজী: 5 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮২১ - আটলাণ্টিক এটি ক্ষুদ্ৰ দ্বীপত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল।
  • ১৯১২ - ষ্টকহোমত পঞ্চম অলিম্পিক ক্ৰীড়া আৰম্ভ হয়।
  • ১৯২১ - বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ৰথম প্ৰকাশ হয়। উল্লেখযোগ্য যে সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০x১৩ ছেঃমিঃ।
  • ১৯৫৫ - সংসদত হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক গৃহীত হয়।
  • ১৯৮৪ - ফু দৰ্জীয়ে এভাৰেষ্ট আৰোহণ কৰে। তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]