- ১৫২৩ - গুস্তাভ এৰিক্সন ভাছা, যাক প্ৰথম গুস্তাভ বুলিও কোৱা হয়, ষ্ট্ৰাংনাছত ছুইডেনৰ ৰজা নিৰ্বাচিত হয়।
- ১৬৭৪ - ৰায়গড় দুৰ্গত শিৱাজী মহাৰাজৰ মুকুট পিন্ধা আৰু সমান্তৰালভাৱে তেওঁ ছত্ৰপতি উপাধি গ্ৰহণ কৰে।
- ১৮০৮ - নেপোলিয়নৰ ভাতৃ জোচেফক স্পেইনৰ ৰজা নিযুক্তি দিয়া হয়।
- ১৮৩১ - আমেৰিকাৰ ফিলাডেলফিয়াত দ্বিতীয় ৰাষ্ট্ৰীয় কৃষ্ণাংগ সন্মিলন অনুষ্ঠিত হয়।
- ১৯১৬ - আমেৰিকাৰ ইষ্ট ক্লিভলেণ্ডত মহিলাক ভোটাধিকাৰ দিয়া হয়।
- ১৯১৮ - প্ৰথম বিশ্বযুদ্ধৰ সময়ত বেল’ উডৰ যুদ্ধত আমেৰিকাই প্ৰথম বিজয় লাভ কৰে।
- ১৯১৯ - ৰিপাব্লিক অৱ প্ৰিকমাৰ্গ হাংগেৰীৰ সেনাই আক্ৰমণ কৰে।
- ১৯৯৩ - চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
- ১৯৯৪ - কলম্বিয়াত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।
- ১৭৯৯ - আলেকজেণ্ডাৰ পুছকিন, এজন ৰাছিয়ান কবি, নাট্যকাৰ, আৰু ৰোমান্টিক যুগৰ ঔপন্যাসিক।
- ১৮৫০ - জাৰ্মান বৈদ্যুতিক অভিযন্তা, উদ্ভাৱক, পদাৰ্থবিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী কাৰ্ল ফাৰ্ডিনাণ্ড ব্ৰাউনৰ জন্ম হয়।
- ১৮৫১ - এঞ্জেলো মৰিঅণ্ডো, ইটালীৰ উদ্ভাৱক।
- ১৮৭৪ - থমাছ মান, জাৰ্মানী কথাশিল্পী।
- ১৮৮১ - গিৰিধৰ শৰ্মা নৱৰত্ন, হিন্দী সাহিত্যৰ সাহিত্যিক আৰু দেশপ্ৰেমিক ।
- ১৮৯০ - লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
- ১৮৯১ - মস্তি ভেংকটেশ আয়েংগাৰ, কানাড়া ভাষাৰ এগৰাকী সুপৰিচিত সাহিত্যিক ।
- ১৯১৮ - আমেৰিকান জৈৱ ৰসায়নবিদ আৰু নোবেল বঁটা বিজয়ী এডউইন জি ক্ৰেবছ ।
- ১৯২৯ - সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ।
- ১৯৩৬ - ডগ্গুবাটি ৰামনাইডু, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা তথা তেলেগু চিনেমাত কামৰ বাবে পৰিচিত সুৰেশ প্ৰডাকচনৰ প্ৰতিষ্ঠাপক।
- ১৯৪০ - ৰমেন বৰুৱা, অসমীয়া সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী।
- ১৯৬৮ - ষ্টিভেন জনছন, আমেৰিকান বিজ্ঞান লেখক।
- ১৯৭৯ - ভিতালী দাস, অসমীয়া সঙ্গীত শিল্পী।
- ১৯৮৮ - নেহা কক্কৰ, বলিউডৰ গায়িকা।
- ১৮৩২ - জেৰেমি বেন্থাম, ইংৰাজ দাৰ্শনিক, আইনবিদ আৰু সমাজ সংস্কাৰক। (জন্মঃ ১৭৪৮)
- ১৯৯৯ - ৰাজেন ৰাভা, অসমীয়া শিক্ষক, সাহিত্যিক, সমাজ সেৱক।
- ২০১৬ - ভিক্টৰ কৰ্চনই, চোভিয়েট ইউনিয়নৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ দবা খেলুৱৈ আৰু লেখক আছিলে। (জন্মঃ ১৯৩১)
- ২০১৮ - কিৰা মুৰাট'ভা, ইউক্ৰেনীয়ান চলচ্চিত্ৰ পৰিচালক।